চুতীয়া সকলে কিয় #চাৰি_শালৰ পূজা নকৰে ?? দেউৰী আৰু চুতীয়াৰ ধৰ্মৰ মাজত কিমান মিল আছে আৰু কিমান পাৰ্থক্য?? কি ছুমান লোকে চুতীয়া সকলৰ বৰ্তমানৰ নীতি-নিয়ম চাই ক'ব বিচাৰে যে চুতীয়া সকলে নিজৰ সকলো ধৰ্মীয় ৰীতি-নীতি হেৰোৱাই পেলালে। কাৰণ সুধিলে ক'ব…